মৰুভূমি পৰিভ্ৰমণ কৰাৰ সুযোগ থাকিব। অতিথিসকলে ছাফাৰীত যাব পাৰে। সমগ্ৰ পেলেচটোত ৰাজস্থানী খাদ্যৰ ষ্টল স্থাপন কৰা হ’ব। ইয়াৰ উপৰিও হোটেলখনত স্পাৰ সুবিধা আছে। কিয়াৰা-চিদে জনপ্ৰিয় ৰাজস্থানী লোকগীত আৰু নৃত্য প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছে। বিয়া নহয়, ভ্ৰমণৰ দৰেই অভিজ্ঞতা হ'ব সকলোৰে।