Home » photogallery » entertainment »PHOTOS: দেৱালীক পাহৰিব নোৱাৰে প্ৰিয়ংকাই, লছ এঞ্জেলছত দেশী মেজাজত দেৱালী উদযাপন কৰিলে প্ৰিয়ংকাই

PHOTOS: দেৱালীক পাহৰিব নোৱাৰে প্ৰিয়ংকাই, লছ এঞ্জেলছত দেশী মেজাজত দেৱালী উদযাপন কৰিলে প্ৰিয়ংকাই

দেৱালী বৰ্তমান সমগ্ৰ দেশতে উদযাপন কৰা হৈছে। বলীউডৰ তাৰকাসকলো পিছ পৰা নাই এইক্ষেত্ৰত। সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলৰ মাজত তেওঁলোকে দেৱালীৰ আভাস দিছে।