ডব্বু ৰটনানীৰ ২০২০ বৰ্ষৰ কেলেণ্ডাৰৰ বাবে কিয়াৰা আদৱানী আৰু ভুমি পাডনেকাৰৰ Topless ফটোশ্বুট ‘গুড নিউজ’ ছবিত অভিনয়ৰ পিছৰ পৰা চৰ্চাত থকা অভিনেত্ৰীগৰাকীয়ে কেলেণ্ডাৰৰ বাবে কৰিলে Topless ফটোশ্বুট। ভুমি পাডনেকাৰেও দিলে ফটোৰ বাবে প’জ বলীউডৰ মোহময়ী অভিনেত্ৰী কিয়াৰা আদৱানীক কাপোৰ পিন্ধাই দিছে মানুহে! পিছত যেতিয়া ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ যায়, তেতিয়া ব্যাপক ভাবে ট্ৰ’ল হয় অভিনেত্ৰীগৰাকী। বহুতে অভিনেত্ৰীগৰাকীক কাপোৰ পিন্ধাই মিম বনোৱা আৰম্ভ কৰে। এনেদৰে ফটো শ্ব’ট কৰি এতিয়া দুয়োগৰাকী অভিনেত্ৰী ব্যাপক ভাবে সমালোচনাৰ সন্মুখীন হৈছে ছচিয়েল মিডিয়াত। বিভিন্ন ধৰণৰ পোছাক পিন্ধাই দি ট্ৰ’ল কৰা হয় কিয়াৰাক