তেওঁ দেশৰ অন্যতম জনপ্ৰিয় অভিনেতা। আশীষ বিদ্যাৰ্থী। প্ৰবীণ অভিনেতাজনে ইতিমধ্যে ২০০ তকৈও অধিক চলচ্চিত্ৰত ১১ টা ভাষাত কাম কৰিছে। অভিনেতা হিচাপে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হোৱাৰ আগতে আশীষ অভিনেত্ৰী, গায়িকা আৰু থিয়েটাৰ শিল্পী ৰাজোশী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ বংগৰ এগৰাকী অতি জনপ্ৰিয় প্ৰবীণ অভিনেত্ৰী শকুন্তলা বৰুৱাৰ কন্যা। অৱশ্যে, এইবাৰ আশীষ বিদ্যাৰ্থী হঠাতে পুনৰ বিয়া পাতিলে।