Home » photogallery » entertainment »Bollywood : কেৱল অভিনয়ে নহয়, ব্যৱসায়ৰ ফালৰ পৰাও সফল এইসকল তাৰকা! কাৰ কি ব্যৱসায়?

Bollywood : কেৱল অভিনয়ে নহয়, ব্যৱসায়ৰ ফালৰ পৰাও সফল এইসকল তাৰকা! কাৰ কি ব্যৱসায়?

Bollywood : এওঁলোকৰ ভিতৰত বহুতেই বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত। বহুতে আকৌ উদ্যোগপতি হিচাপে গঢ়িছে নিজৰ পৰিচয়।