Home » photogallery » entertainment »Sara Ali Khan Birthday: আজি বলীউদ অভিনেত্ৰী ছাৰা আলী খানৰ জন্মদিন, কিয় চলচ্চিত্ৰ পৰিচালকৰ প্ৰিয়পাত্ৰ ছাৰা?

Sara Ali Khan Birthday: আজি বলীউদ অভিনেত্ৰী ছাৰা আলী খানৰ জন্মদিন, কিয় চলচ্চিত্ৰ পৰিচালকৰ প্ৰিয়পাত্ৰ ছাৰা?

বলিউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী ছাৰা আলী খানে এতিয়ালৈকে বহুতো চলচ্চিত্ৰত অভিনয় কৰি নিজৰ প্ৰতিভা প্ৰমাণ কৰিছে। ছাৰা আলী খানে নিজৰ জন্মদিন ১২ আগষ্ট তাৰিখে পালন কৰে।