Home » photogallery » entertainment »'মেইনে পিয়াৰ কিয়া'খ্যাত ভাগ্যশ্ৰীৰ জীয়াৰী অৱন্তিকাৰ ছবি জগতত পদাৰ্পণ, অভিনয় কৰিব এইখন চলচ্চিত্ৰত

'মেইনে পিয়াৰ কিয়া'খ্যাত ভাগ্যশ্ৰীৰ জীয়াৰী অৱন্তিকাৰ ছবি জগতত পদাৰ্পণ, অভিনয় কৰিব এইখন চলচ্চিত্ৰত

অভিনেত্ৰী ভাগ্যশ্ৰীকো 'ৰাধেশ্যাম' ছবিত প্ৰভাসৰ মাকৰ চৰিত্ৰত দেখা যাব। তেওঁ 'ছত্ৰপতি'ৰ হিন্দী ৰিমেকতো অভিনয় কৰিছে।