কোনো কথা আৰু লুকুৱাই ৰাখিব নিবিচাৰিলে তেওঁলোকে। প্ৰথমবাৰৰ বাবে ৰেড কাৰ্পেটত দেখা গ’ল কে এল ৰাহুল আৰু আথিয়া শেট্টীক। বহুদিন ধৰি ভাৰতীয় দলৰ তাৰকা বেটছমেন কে এল ৰাহুল আৰু বলীউদ অভিনেতা সুনীল শেট্টীৰ কন্যা আথিয়াৰ সম্পৰ্কৰ কথা চৰ্চিত হৈ আহিছিল। এইবাৰ সেই সম্পৰ্কত যেন ছীল–মোহৰ পৰিল।