உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »Athiya Shetty-KL Rahul: ‘খুল্লমখুল্লা’ প্ৰেম! কে এল ৰাহুল–আথিয়া শেট্টীয়ে আৰু লুকুৱাই নাৰাখিলে কোনো কথা

    Athiya Shetty-KL Rahul: ‘খুল্লমখুল্লা’ প্ৰেম! কে এল ৰাহুল–আথিয়া শেট্টীয়ে আৰু লুকুৱাই নাৰাখিলে কোনো কথা

    Athiya Shetty and cricketer KL Rahul: তেওঁলোকৰ সম্পৰ্কক লৈ কোনো এগৰাকীয়ে মুখ খোলা নাই। কিন্তু তেওঁলোকৰ চাল–চলনে তেওঁলোকৰ সম্পৰ্কৰ কথা প্ৰায়ে বুজাই দিয়ে।