Home » photogallery » entertainment »নতুন যুগ্ম জীৱন আৰম্ভণিৰ প্ৰতিশ্ৰুতিৰে কণ্ঠশিল্পী গীতালি দেৱীৰ বাগদান; প্ৰেমিকৰ সৈতে শুভ মূহুৰ্তৰ ফটো শ্বেয়াৰ কৰি লিখিলে এই কথা

নতুন যুগ্ম জীৱন আৰম্ভণিৰ প্ৰতিশ্ৰুতিৰে কণ্ঠশিল্পী গীতালি দেৱীৰ বাগদান; প্ৰেমিকৰ সৈতে শুভ মূহুৰ্তৰ ফটো শ্বেয়াৰ কৰি লিখিলে এই কথা

কণ্ঠশিল্পী গীতালি দেৱীয়ে আৰম্ভ কৰিলে জীৱনৰ আন এক ইনিংছ। সুমিত সাগৰৰ সৈতে বৃহস্পতিবাৰে হৈ গ’ল গীতালি দেৱীৰ বাগদান আৰু মেহেন্দী পৰ্ব।

শেহতীয়া বাতৰি