Home » photogallery » entertainment »এজাক ধুমুহা হৈ নতুন বৰ্ষত নতুন ৰূপত দীপলিনা ডেকা! ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি অনুৰাগীৰ মাজত লগালে তোলপাৰ

এজাক ধুমুহা হৈ নতুন বৰ্ষত নতুন ৰূপত দীপলিনা ডেকা! ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি অনুৰাগীৰ মাজত লগালে তোলপাৰ

দীপলিনা মানেই যেন এতিয়া জনপ্ৰিয়। বহুতে অসমৰ 'জাতীয় ক্ৰাছ' বুলিয়েই অভিহিত কৰে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীক। প্ৰায়ে নিজৰ অনুৰাগীৰ বাবে আকৰ্ষণীয় ফটো অথবা ভিডিও আপলোড কৰি আহিছে দীপলিনাই।

শেহতীয়া বাতৰি