Home » photogallery » entertainment »অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কিদৰে উদযাপন কৰিলে উৰুকা? সামাজিক মাধ্যমত ভাইৰেল ফটো

অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কিদৰে উদযাপন কৰিলে উৰুকা? সামাজিক মাধ্যমত ভাইৰেল ফটো

উৰুকা উপলক্ষে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে পৰিয়ালৰ সৈতে লগে ভাগে খাইছে এসাঁজ। জুইত বনাইছে অভিনেত্ৰীগৰাকীয়ে ভিন ভিন প্ৰকাৰৰ ব্যঞ্জন।

শেহতীয়া বাতৰি