অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বৰষা ৰাণী বিষয়া। ছচিয়েল মিডিয়াত অত্যান্ত সক্ৰিয় অভিনেত্ৰীগৰাকী। ছচিয়েল মিডিয়াত ফটো বা ভিডিঅ’ আপলোড কৰিলে ভাইৰেল হৈ পৰে বৰষা। প্ৰায়ে নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত অনুৰাগীসকলৰ বাবে আপলোড কৰে আকৰ্ষণীয় ফটো বা ভিডিও। নিজৰ অভিনয়েৰে বৰষাই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ বৰষাৰাণী বিষয়াই নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছে এটা আকৰ্ষণীয় ভিডিও আৰু ফটো। অনুৰাগীসকলেও আঁকোৱালি লৈছে বৰষা অভিনীত ভিডিও আৰু ফটো।