আজি অসমৰ জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈৰ ওপজা দিন। (Photo : Facebook/AshaBordoloi) ওপজা দিনত অভিনেত্ৰীগৰাকীক শুভকামনা জনাইছে বিভিন্নজনে। (Photo : Facebook/AshaBordoloi) ছচিয়েল মিডিয়াযোগে অনুৰাগীসকলে জন্মদিনৰ ওলগ জনাইছে অভিনেত্ৰীগৰাকীক। (Photo : Facebook/AshaBordoloi) কিছুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰী আশা বৰদলৈ। (Photo : Facebook/AshaBordoloi) জালুকবাৰীৰ গৌতম কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰীগৰাকী। (Photo : Facebook/AshaBordoloi) দীৰ্ঘদিন ধৰি কেমেৰাৰ সন্মুখৰ পৰা আঁতৰি আছে অভিনেত্ৰীগৰাকী। (Photo : Facebook/AshaBordoloi)