অৰ্জুন কাপুৰে মলাইকাৰ জন্মদিনত অত্যন্ত সুন্দৰ উপহাৰ দিছে, যি চিৰকালৰ বাবেই মনত থাকিব। ইনষ্টাগ্ৰামত অৰ্জুন কাপুৰে লিখিছে, কেৱল আজিৰ বাবেই নহয়, সকলো সময়তে মোৰ হাঁহিটো তোমাৰ হাঁহি হিচাপে চাব বিচাৰো। ঈশ্বৰক প্ৰাৰ্থনা কৰিছো, এই বছৰ যেন আৰু বেছি হাঁহি ফুৰ্তিৰ মাজেৰে পাৰ হয়।