Home » photogallery » entertainment »Wedding Anniversary: অনুষ্কা শৰ্মাই ব্যতিক্ৰমী ৰূপত জনালে বিৰাট কোহলীক শুভেচ্ছা, বিবাহৰ ৫ বছৰ সম্পূৰ্ণ

Wedding Anniversary: অনুষ্কা শৰ্মাই ব্যতিক্ৰমী ৰূপত জনালে বিৰাট কোহলীক শুভেচ্ছা, বিবাহৰ ৫ বছৰ সম্পূৰ্ণ

মুম্বাই: অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে আজি ৫ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰিছে। এই উপলক্ষে অনুষ্কাই বিৰাটৰ বাৰ্ষিকী অতি আকৰ্ষণীয় ৰূপত শুভেচ্ছা জনাইছে। ইনষ্টাগ্ৰামত কিছু বিশেষ ফটো শ্বেয়াৰ কৰাৰ সময়ত অনুষ্কাই ফটোবোৰত বিভিন্ন কেপচন দিছে... ফটো চাওক।

শেহতীয়া বাতৰি