বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা (Virat Kohli and Anushka Sharma) দেশৰ ভিতৰতে এক সুন্দৰ দম্পতী। আৰু সামাজিক মাধ্যম (social media)ত শ্বায়াৰ কৰা তেওঁলোকৰ শেহতীয়া ফটো তাৰেই এটা প্ৰমাণ। (Image: Instagram) বিৰাট কোহলীয়ে এই ক্লিকটোত অনুষ্কা শৰ্মাৰ পৰা চকু আঁতৰাবই পৰা নাই যেন লাগিছে! (Image: Instagram) অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে তেওঁলোকৰ ঘৰত উঠা এখন মৰমলগা কাপল ছেলফি (couple selfie) শ্বেয়াৰ কৰিছে। (Image: Instagram) বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই তেওঁলোকৰ আকৰ্ষণীয় ক্লিকৰ দ্বাৰা বাৰে বাৰে আনকো তেনে ফটো থুলিবলৈ প্ৰেৰণা দিয়ে। (Image: Instagram) বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক তেওঁলোকৰ কেজুৱেল চেহেৰাত ষ্টাইলিছ দেখা গৈছে। (Image: Instagram) বিৰাট কোহলীয়ে অনুষ্কা শৰ্মাৰ ওপৰত এটা চুমা আঁকি দিছে। (Image: Instagram) এটা কাপল ছেলফিৰ বাবে পজ দিছ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা (Virat Kohli and Anushka Sharma)ই। (Image: Instagram) বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা ইজনে সিজনক সাৱটি লৈ ধুনীয়া হাঁহি মাৰি আছে। (Image: Instagram) বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই এটা ধুনীয়া ক্লিকৰ মুহূৰ্তত। (Image: Instagram) জীয়েক ভামিকা (Vamika)ৰ সৈতে এটা পাৰিবাৰিক ফটো শ্বেয়াৰ কৰিছে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা (Virat Kohli and Anushka Sharma)ই। (Image: Instagram)