Home » photogallery » entertainment »Vamika|Virat|Anushka : এবছৰীয়া হ'ল বিৰাট-অনুষ্কাৰ কণমানি কন্যা ভামিকা, জন্মদিনত চাওক ভামিকাৰ নেদেখা ফটো

Vamika|Virat|Anushka : এবছৰীয়া হ'ল বিৰাট-অনুষ্কাৰ কণমানি কন্যা ভামিকা, জন্মদিনত চাওক ভামিকাৰ নেদেখা ফটো

বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা (Anushka Sharma) আৰু ক্ৰিকেটাৰ বিৰাট কোহলীৰ কন্যা ভামিকা (Vamika)ৰ ২০২১ চনৰ ১১ জানুৱাৰীত জন্ম হৈছিল। আজি ভামিকা এবছৰীয়া। অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে (Anushka Sharma Virat Kohli) পিতৃ-মাতৃ হোৱাৰ কেইসপ্তাহমান পিছত ভামিকাৰ সৈতে একেলগে এখন ফটো শ্বেয়াৰ কৰিছিল। ফটোখন পোষ্ট কৰি এই দম্পতীয়ে কৈছিল যে ভামিকাৰ আগমনৰ পিছত তেওঁলোকৰ জীৱন সলনি হৈ গৈছে।