Home » photogallery » entertainment »Bollywood সুন্দৰী এমী জেকছনে বলীউডৰ পৰা সন্ন্যাস ল'লে নেকি ? গ্ৰীচত কি কৰিছে এমীয়ে ? চাওক Viral Photo...

Bollywood সুন্দৰী এমী জেকছনে বলীউডৰ পৰা সন্ন্যাস ল'লে নেকি ? গ্ৰীচত কি কৰিছে এমীয়ে ? চাওক Viral Photo...

অভিনেত্ৰী এমি জেকচন (Amy Jackson) যোৱা তিনি বছৰ ধৰি চলচ্চিত্ৰ উদ্যোগৰ পৰা আঁতৰি আছে। পৰিয়ালৰ সৈতে অৱসৰৰ সময় অতিবাহিত কৰি আছে আৰু আজিকালি গ্ৰীচত ছুটি উদযাপন কৰি আছে। তেওঁ তেওঁৰ সামাজিক মাধ্যমএকাউণ্টত ইয়াৰ ফটো শ্বেয়াৰ কৰিছিল।

শেহতীয়া বাতৰি