Home » photogallery » entertainment »কেৱল অক্ষয় কুমাৰৰ ‘সম্ৰাট পৃথ্বীৰাজ’ খনেই নহয়, এই তাৰকাসকলৰ ছবিৰ নামো সলনি কৰিব লগা হ’ল

কেৱল অক্ষয় কুমাৰৰ ‘সম্ৰাট পৃথ্বীৰাজ’ খনেই নহয়, এই তাৰকাসকলৰ ছবিৰ নামো সলনি কৰিব লগা হ’ল

অক্ষয় কুমাৰ (Akshay Kumar)ৰ ছবি ‘পৃথ্বীৰাজ’ৰ নাম সলনি কৰি ‘সম্ৰাট পৃথ্বীৰাজ’ (Samrat Prithviraj) কৰা হয়। ইয়াৰ আগতেও জনসাধাৰণৰ অনুভৱ আৰু তথ্যৰ কথা মনত ৰাখি ছবিৰ নাম সলনি কৰিব লগা হৈছিল।

শেহতীয়া বাতৰি