Home » photogallery » entertainment »Salman Khan Love Relations: কেৱল ঐশ্বৰ্য ৰায় নহয়, ছলমান খানৰ নাম সাঙোৰ খাইছিল বলীউডৰ এই ৫ অভিনেত্ৰীৰ সৈতেও

Salman Khan Love Relations: কেৱল ঐশ্বৰ্য ৰায় নহয়, ছলমান খানৰ নাম সাঙোৰ খাইছিল বলীউডৰ এই ৫ অভিনেত্ৰীৰ সৈতেও

ছলমান খান ((Salman Khan)ৰ কেৱল ছবিয়েই নহয়, তেওঁৰ ব্যক্তিগত জীৱনো চৰ্চাত থাকে। ভাইজানৰ বয়স এতিয়া ৫৬ বছৰ, কিন্তু তেওঁ এতিয়ালৈকে বিয়া কৰা নাই। অৱশ্যে, বহুতো অভিনেত্ৰীৰ সৈতে ছলমানৰ সম্পৰ্ক আছে। ঐশ্বৰ্য ৰায় বচ্চন (Aishwarya Rai Bachchan), সোমি আলী (Somy Ali), সংগীতা বিজলানিৰ দৰে অভিনেত্ৰীৰ সৈতে সাঙোৰ খাই আছে ছলমানৰ নাম। সোমি আলীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে ছলমান খান আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পিছৰে পৰা তেওঁৰ পুৰণি সম্পৰ্কবোৰৰ বিষয়ে আলোচনা তীব্ৰ হৈ পৰিছে। আহক জানো কোন কোন অভিনেত্ৰী ছলমান খানৰ সৈতে সম্পৰ্কৰ বাবে শিৰোনামত আছে।

শেহতীয়া বাতৰি