Home » photogallery » entertainment »Aimee Baruah: অসমীয়া পাটৰ সাজ পৰিধান কৰি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত এনেদৰে দেখা গ'ল আইমী বৰুৱাক

Aimee Baruah: অসমীয়া পাটৰ সাজ পৰিধান কৰি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত এনেদৰে দেখা গ'ল আইমী বৰুৱাক

Cannes Film Festival 2023: বুধবাৰে কাঁ ৰেড কাৰ্পেটত দেখা যায় অভিনেত্ৰী-চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাক। পাটৰ মেখেলা চাদৰ পৰিধান কৰি ভাৰতক বিশ্ব মঞ্চত প্ৰতিনিধিত্ব কৰিছিল আইমী বৰুৱাই।

শেহতীয়া বাতৰি