Home » photogallery » entertainment »Adnan Sami: আদনান ছামীয়ে এটাও পোষ্ট ডিলিট কৰা নাছিল, নিজেই ক’লে আচলতে কি আছিল প্লেন

Adnan Sami: আদনান ছামীয়ে এটাও পোষ্ট ডিলিট কৰা নাছিল, নিজেই ক’লে আচলতে কি আছিল প্লেন

শেহতীয়াকৈ আদনান ছামী (Adnan Sami)য়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা সকলো পোষ্ট ডিলিট কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যাৰ কেপচনত তেওঁ লিখিছিল, ‘অলবিদা’। ইয়াকে চলিছে তুমুল চৰ্চা।