Home » photogallery » entertainment »উৰ্বশী ৰৌতেলাই এক Fashion Showত পিন্ধা এই পোছাকৰ দাম শুনিলে আপুনিও আচৰিত হ'ব ? জানেনে এই পোছাকৰ বিশেষত্ব কি ?

উৰ্বশী ৰৌতেলাই এক Fashion Showত পিন্ধা এই পোছাকৰ দাম শুনিলে আপুনিও আচৰিত হ'ব ? জানেনে এই পোছাকৰ বিশেষত্ব কি ?

উৰ্বশী ৰৌতেলাই (Urvashi Rautela) আকৌ এবাৰ দামী পোছাক পিন্ধিছে। অভিনেত্ৰীগৰাকী চলচ্চিত্ৰতকৈ তেওঁৰ ফেশ্বনৰ বাবে বেছি পৰিচিত। তেওঁ মিছ ইউনিভাৰ্ছ ২০২১ ৰ বিচাৰ কৰাৰ সময়তো অতি ব্যয়বহুল পোছাক পিন্ধিছিল। এইবাৰ তেওঁ এটা ফেশ্বন শ্ব'ৰ বাবে পিন্ধিছে।

শেহতীয়া বাতৰি