জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা ছচিয়েল মিডিয়াত প্ৰায়ে এক্টিভ। অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে শ্বেয়াৰ কৰে আকৰ্ষণীয় ফটো অথবা ভিডিও। ভোগালী বিহুৰ উৰুকাৰ দিনা আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰি নিজৰ অনুৰাগীক শুভেচ্ছা জনালে অভিনেত্ৰীগৰাকীয়ে। জাকৈ খালৈ লৈ অভিনেত্ৰীগৰাকীয়ে ফটোশ্বুট কৰা দেখিবলৈ পোৱা গল। প্ৰীতি কংকনাৰ এই ফটো এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকীকো অনুৰাগীসকলে জনাইছে ভোগালী বিহুৰ শুভেচ্ছা। প্ৰীতি কংকনা