Home » photogallery » entertainment »অক্ষয় কুমাৰ-জেকুইলিন ফাৰ্ণাণ্ডেজৰ দৰে ভাৰতীয় নহয় আলিয়া ভাটো, বিবাহৰ পিছত সলনি হ'বনে নাগৰিকত্ব?

অক্ষয় কুমাৰ-জেকুইলিন ফাৰ্ণাণ্ডেজৰ দৰে ভাৰতীয় নহয় আলিয়া ভাটো, বিবাহৰ পিছত সলনি হ'বনে নাগৰিকত্ব?

আপুনি আলিয়া ভাটৰ বিষয়ে জানেনে যে তেওঁ এগৰাকী ভাৰতীয় নহয়? ভাৰত চৰকাৰ নিৰ্বাচন কৰিবলৈ মূল্যৱান ভোটো দিব পৰা নাই তেওঁ। ভাৰতত দ্বৈত নাগৰিকত্বৰ কোনো ব্যৱস্থা নাই, গতিকে ৰণবীৰ কাপুৰক বিয়া কৰাই আলিয়াই ভাৰতৰ নাগৰিকত্ব ল'ব নেকি?

  • |