Home » photogallery » entertainment »Ranbir-Alia wedding: ৫ বছৰীয়া প্ৰেমৰ পিছত ''বাস্তু''ত পাতিলে বিবাহ, ফটোত চাওক ৰণবীৰ-আলিয়াৰ বিবাহৰ কেইটামান বিশেষ মুহূৰ্ত

Ranbir-Alia wedding: ৫ বছৰীয়া প্ৰেমৰ পিছত ''বাস্তু''ত পাতিলে বিবাহ, ফটোত চাওক ৰণবীৰ-আলিয়াৰ বিবাহৰ কেইটামান বিশেষ মুহূৰ্ত

Ranbir Kapoor-Alia Bhatt wedding: আলিয়া ভাটে তেওঁৰ ইনষ্টা একাউণ্টত এই ফটোবোৰ শ্বেয়াৰ কৰি লিখিছিল, "আজি আমাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ দ্বাৰা পৰিবেষ্টিত হৈ ঘৰত... আমাৰ প্ৰিয় স্থানত - আমাৰ সম্পৰ্কৰ যোৱা পাঁচ বছৰ অতিবাহিত কৰা বাৰাণ্ডাত - আমি বিবাহ পাশত আৱদ্ধ হৈছিলোঁ।''

  • |