Home » photogallery » entertainment »Ranbir Alia Wedding: আজি মেহেন্দি অনুষ্ঠান, জীয়াৰী আৰু নাতিৰ সৈতে নীতু কাপুৰে পালে পুত্ৰ ৰণবীৰৰ ঘৰ

Ranbir Alia Wedding: আজি মেহেন্দি অনুষ্ঠান, জীয়াৰী আৰু নাতিৰ সৈতে নীতু কাপুৰে পালে পুত্ৰ ৰণবীৰৰ ঘৰ

ৰণবীৰ কাপুৰ (Ranbir Kapoor) আৰু আলিয়া ভাটৰ (Alia Bhatt) বিবাহপূৰ্ব অনুষ্ঠান আৰম্ভ হৈছে। খবৰ অনুসৰি আজি মেহেদী অনুষ্ঠান। এই অনুষ্ঠানৰ বাবে নীতু কাপুৰকো (Nitu Kapoor) ৰণবীৰৰ নতুন ঘৰত দেখা গৈছে।

  • |