–শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান বুলবুল কেন ছিঙলৈ। ৰীমা দাসৰ ছবিখনে আজুৰিলে শ্ৰেষ্ঠ ছবিৰ সন্মান। শ্ৰেষ্ঠ পৰিচালক আদিত্য ধৰ। ওৰি দ্যা ছাৰ্জিকেল ষ্টাইকৰ বাবে এই সন্মান ধৰলৈ। শ্ৰেষ্ঠ হিন্দী ছবি অন্ধাধুন শ্ৰেষ্ঠ অভিনেতা– আয়ুষ্মান খুড়ানা(আন্ধাধুন), বিকি কৌশল(ওৰি–দ্যা ছাৰ্জিকেল ষ্ট্ৰাইক) শ্ৰেষ্ঠ অভিনেত্ৰী– কীৰ্তি সুৰেশ( মাহানতী) পদ্মাৱত ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা সঞ্জয় লীলা ভাঞ্চালীলৈ। শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পী অৰিজিত সিঙ শ্ৰেষ্ঠ জনপ্ৰিয় ছবি– বধাই হ’ শ্ৰেষ্ঠ সামাজিক ছবি– পেডমেন -শ্ৰেষ্ঠ চলচ্চিত্ৰ ছন ৰাইজ এণ্ড দ্য চিক্ৰেট লাইফ অৱ ফ্ৰগ। –শ্ৰেষ্ঠ আৰ্ট এণ্ড কালচাৰ চলচ্চিত্ৰ-বাংকাৰ : দ্য লাষ্ট বাৰানসী ৱেভাৰ্ছ। –শ্ৰেষ্ঠ বিজ্ঞান আৰু প্ৰযুক্তিমূলক ছবি : জি কে নাইডু : দ্য এডিছন অৱ ইণ্ডিয়া। –উত্তৰাখণ্ডক শ্ৰেষ্ঠ ফিল্ম ফ্ৰেণ্ডলী ৰাজ্যৰ বঁটা। –শ্ৰেষ্ঠ ৰাজস্থানী ছবি দীনেশ যাদৱৰ টাৰ্টললৈ। –শ্ৰেষ্ঠ গাৰো চলচ্চিত্ৰৰ সন্মান ডমিনিক চাংমাৰ মাম্মালৈ। –শ্ৰেষ্ঠ মাৰাঠী ছবি শিৱাজী লোটন পাটিলৰ ভোংগা। –তেলেগু ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ মহানতী। –শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাৰ বঁটাও পদ্মাৱত চলচ্চিত্ৰলৈ। –জুৰিৰ বিশেষ সন্মান জজু জৰ্জ(যোচেফ), সাৱিত্ৰী শ্ৰীধৰণলৈ। –শ্ৰেষ্ঠ এক্সন কৰিঅ’গ্ৰাফী, স্পেচিয়েল ইফেক্টছ বঁটা কেজিএফ চেপ্টাৰ ১লৈ। –শ্ৰেষ্ঠ আৱহ সংগীত বঁটা উৰি-দ্য চাৰ্জিকেল ষ্ট্ৰাইকলৈ। –শ্ৰেষ্ঠ চাউণ্ড মিক্সিঙৰ বঁটা ৰংগস্থালমলৈ। –শ্ৰেষ্ঠ শৈক্ষিক ছবিৰ সন্মান সৰলা বিৰলালৈ –শ্ৰেষ্ঠ ক্ৰীড়া চলচ্চিত্ৰ চলচ্চিত্ৰ ছুইমিং থ্ৰ’ ডাৰ্কনেছ –শ্ৰেষ্ঠ অনুসন্ধানমূলক চলচ্চিত্ৰ আমোলি