Home » photogallery » crime »Prostitution Racket: মায়ানগৰীৰ মায়া ! মুম্বাইত Sex Racketত জড়িত হৈ পৰিছে নেকি জনপ্ৰিয় অভিনেত্ৰী ? আৰক্ষীৰ জালত কেনেকৈ পৰিল ৪লাখ টকাত চুক্তিবদ্ধ হোৱা অভিনেত্ৰী ?

Prostitution Racket: মায়ানগৰীৰ মায়া ! মুম্বাইত Sex Racketত জড়িত হৈ পৰিছে নেকি জনপ্ৰিয় অভিনেত্ৰী ? আৰক্ষীৰ জালত কেনেকৈ পৰিল ৪লাখ টকাত চুক্তিবদ্ধ হোৱা অভিনেত্ৰী ?

Mumbai Prostitution Racket: চিনেমা আৰু ধাৰাবাহিকৰ উদীয়মান মডেল, চেলিব্ৰিটি আৰু অভিনেত্ৰীসকলো জড়িত হৈ পৰিছে Sex Racketত ?মুম্বাইৰ এগৰাকী প্ৰখ্যাত মডেলক আৰক্ষীয়ে দেহ ব্যৱসায় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।