ঘটনাতো ৰাজস্থানৰ ঘিলৱাৰাৰ।ৰাজস্থানৰ ঘিলৱাৰাৰ গোপাল চুৱালকা নামৰ এজন কম্পিউটাৰ অপাৰেটৰে শিক্ষাবিভাগৰ পাছৱৰ্ড চুৰি কৰি শিক্ষকৰ নামত চৰকাৰে আবণ্টন দিয়া দৰমহা নিজৰ পত্নীৰ একাউণ্টত জমা দিছিল। শিক্ষা বিভাগৰ বিষয়াৰ ভুৱা পৰিচয় আৰু পাছৱৰ্ডৰে তেওঁ এই প্ৰৱঞ্চনা কৰিছিল। চুৱালকাই আনকি পাঞ্জাৱটো নিজৰ সম্পৰ্কীয়ৰ নামত বহু সম্পত্তি ক্ৰয় কৰিছিল।