Home » photogallery » crime »দৰমহা মাত্ৰ ৫ হাজাৰ টকা ! কিন্তু পত্নীৰ একাউণ্টত জমা ২ কোটি ১৫ লাখ টকা ! পত্নী-আত্মীয়ৰ নামত সম্পত্তিৰ পাহাৰ গঢ়া এইজন শিক্ষা বিভাগৰ কৰ্মচাৰী কোন ?

দৰমহা মাত্ৰ ৫ হাজাৰ টকা ! কিন্তু পত্নীৰ একাউণ্টত জমা ২ কোটি ১৫ লাখ টকা ! পত্নী-আত্মীয়ৰ নামত সম্পত্তিৰ পাহাৰ গঢ়া এইজন শিক্ষা বিভাগৰ কৰ্মচাৰী কোন ?

পেছাত এজন ঠিকাভিত্তিক কম্পিউটাৰ অপাৰেটৰ। দৰমহা মাত্ৰ ৫হাজাৰ টকা। কিন্তু ৪বছৰত তেঁওৰ পত্নীৰ একাউণ্টত শিক্ষাবিভাগৰ পৰা দৰমহাৰ নামত জমা হ'ল ২কোটিৰো অধিক ধন।