உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » crime »Hope : দুধনৈলৈ ঢাপলি মেলিছে উজনি-নামনিৰ বহু লোক... শুভ সংবাদ পোৱাৰ আশাৰে সোঁত বৈছে বহু লোকৰ, কি এই শুভ সংবাদ ?

    Hope : দুধনৈলৈ ঢাপলি মেলিছে উজনি-নামনিৰ বহু লোক... শুভ সংবাদ পোৱাৰ আশাৰে সোঁত বৈছে বহু লোকৰ, কি এই শুভ সংবাদ ?

    উল্লেখ্য যে, অসম আৰক্ষীৰ ইতিহাসতে এনেধৰণে বৃহৎ সংখ্যক চুৰি বাইক উদ্ধাৰ হোৱাৰ নজিৰ এতিয়ালৈকে নাই, যাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়েও এই সফল অভিযান চলোৱা আৰক্ষী বিষয়া মুকুট কাকতিক উৎসাহ যোগোৱাৰ লগতে অভিনন্দনো জনাইছে ৷