Home

Change Language
অসমীয়া
ENGLISH हिन्दी বাংলা मराठी ગુજરાતી ಕನ್ನಡ தமிழ் മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ
WATCH LIVE TV
Download App
Follow Us on
Trending Topics :#Election2021 #LurinjyotiGogoi #AkhilGogoi #Covid19
Search
  • অসমAssamese
  • ENGLISHENGLISH
  • हिन्दीHINDI
  • বাংলাBengali
  • मराठीMarathi
  • ગુજરાતીGujarati
  • தமிழ்Tamil
  • ಕನ್ನಡKannada
  • മലയാളംMalayalam
  • తెలుగుTelugu
  • ਪੰਜਾਬੀPunjabi
  • اردوUrdu
  • ଓଡ଼ିଆOdia
  • অসম
  • ELECTION 2021
  • Explained
  • দেশ
  • CAA আৰু অসম
  • মিছন পানী
  • বিশ্ব
  • জীৱন শৈলী
  • ফটো
  • ভিডিঅ’
  • LIVE TV
  • Corona
  • Games
  • আমাৰ বিষয়ে
  • আমাক যোগাযোগ কৰক
  • ব্যক্তিগত নীতি
  • Advertise With Us
  • Logo
  • অসম
  • ELECTION 2021
  • Explained
  • দেশ
  • CAA আৰু অসম
  • মিছন পানী
  • বিশ্ব
  • জীৱন শৈলী
  • ফটো
  • ভিডিঅ’
  • LIVE TV
  • Corona
  • Games
  • Search
মুখ্যপৃষ্ঠা » ফটো » Corona

ৰাষ্ট্ৰীয় লকডাউনৰ বাহিৰত কি কি সেৱা? অত্যাৱশ্যকীয় সেৱাৰ বিষয়ে জনালে গৃহমন্ত্ৰালয়ে

২১দিনৰ লকডাউনত কি কি সেৱা খোলা থাকিব? 

News18 Assam | News18 Assam | March 25, 2020, 11:16 AM IST
1/ 6
 দেশত কোৰোণা সংক্ৰমণ দিনক দিনে বাঢ়ি যোৱাৰ কাৰণে সমগ্ৰ দেশ এতিয়া সন্ত্ৰস্ত। ইয়াৰ মাজতে মঙলবাৰে নিশাৰ পৰা সমগ্ৰ দেশত ২১দিনৰ কাৰণে জাৰি কৰা হৈছে ৰাষ্ট্ৰীয় লকডাউন।  দেশত কোৰোণা সংক্ৰমণ দিনক দিনে বাঢ়ি যোৱাৰ কাৰণে সমগ্ৰ দেশ এতিয়া সন্ত্ৰস্ত। ইয়াৰ মাজতে মঙলবাৰে নিশাৰ পৰা সমগ্ৰ দেশত ২১দিনৰ কাৰণে জাৰি কৰা হৈছে ৰাষ্ট্ৰীয় লকডাউন।

দেশত কোৰোণা সংক্ৰমণ দিনক দিনে বাঢ়ি যোৱাৰ কাৰণে সমগ্ৰ দেশ এতিয়া সন্ত্ৰস্ত। ইয়াৰ মাজতে মঙলবাৰে নিশাৰ পৰা সমগ্ৰ দেশত ২১দিনৰ কাৰণে জাৰি কৰা হৈছে ৰাষ্ট্ৰীয় লকডাউন।

2/ 6
 দেশজোৰা লকডাউন ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ আইনৰ অধীনত। প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ লগে লগে ৰাজ্যসমূহে নিজা নিজাকৈ ঘোষণা কৰা লকডাউনৰ পৰিৱৰ্তে সমগ্ৰ দেশত একে আইনৰ অধীনত লকডাউন বলৱৎ হ’ল। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কাৰ্যালয় সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে। তথাপিউ লকডাউনৰ সময়ত প্ৰতিৰক্ষা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষীৰ বাহিনী, ট্ৰেজাৰী, পেট্ৰ’ল পাম্প, বিদ্যুৎ উৎপাদনকাৰী সংস্থা, পোষ্ট অফিচ, নেচনেল ইনফৰ্মেটিক্স চেণ্টাৰ খোলা থাকিব।  দেশজোৰা লকডাউন ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ আইনৰ অধীনত। প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ লগে লগে ৰাজ্যসমূহে নিজা নিজাকৈ ঘোষণা কৰা লকডাউনৰ পৰিৱৰ্তে সমগ্ৰ দেশত একে আইনৰ অধীনত লকডাউন বলৱৎ হ’ল। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কাৰ্যালয় সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে। তথাপিউ লকডাউনৰ সময়ত প্ৰতিৰক্ষা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষীৰ বাহিনী, ট্ৰেজাৰী, পেট্ৰ’ল পাম্প, বিদ্যুৎ উৎপাদনকাৰী সংস্থা, পোষ্ট অফিচ, নেচনেল ইনফৰ্মেটিক্স চেণ্টাৰ খোলা থাকিব।

দেশজোৰা লকডাউন ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ আইনৰ অধীনত। প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ লগে লগে ৰাজ্যসমূহে নিজা নিজাকৈ ঘোষণা কৰা লকডাউনৰ পৰিৱৰ্তে সমগ্ৰ দেশত একে আইনৰ অধীনত লকডাউন বলৱৎ হ’ল। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কাৰ্যালয় সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে। তথাপিউ লকডাউনৰ সময়ত প্ৰতিৰক্ষা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষীৰ বাহিনী, ট্ৰেজাৰী, পেট্ৰ’ল পাম্প, বিদ্যুৎ উৎপাদনকাৰী সংস্থা, পোষ্ট অফিচ, নেচনেল ইনফৰ্মেটিক্স চেণ্টাৰ খোলা থাকিব।

3/ 6
 ৰাজ্য চৰকাৰৰ অফিচ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ অফিচ বন্ধ থাকিব। বন্ধ থাকিব পৌৰসভাৰ কাৰ্যালয়। অৱশ্যে আৰক্ষী, হোমগাৰ্ড, চিভিল ডিফেন্স, অগ্নি নিৰ্বাপক বাহিনী, দুৰ্যোগ প্ৰশমন বাহিনী, সংশোধনাগাৰ আদি খোলা থাকিব। খোলা থাকিব জিলা প্ৰশাসনৰ অফিচ তথা কোষাগাৰো। বিদ্যুৎ আৰু জলসেৱা খোলা থাকিব। ইমাৰজেন্সী সেৱা যেনে পানী বা চেনিটাইজেশ্যনৰ সৈতে জৰিত পৌৰসভাৰ সকলো কৰ্মীয়ে কাম কৰিব। এই সকলোবোৰ কাৰ্যালয় ন্যূনতম কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। আনসকলে ঘৰৰ পৰা কাম কৰিব।   ৰাজ্য চৰকাৰৰ অফিচ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ অফিচ বন্ধ থাকিব। বন্ধ থাকিব পৌৰসভাৰ কাৰ্যালয়। অৱশ্যে আৰক্ষী, হোমগাৰ্ড, চিভিল ডিফেন্স, অগ্নি নিৰ্বাপক বাহিনী, দুৰ্যোগ প্ৰশমন বাহিনী, সংশোধনাগাৰ আদি খোলা থাকিব। খোলা থাকিব জিলা প্ৰশাসনৰ অফিচ তথা কোষাগাৰো। বিদ্যুৎ আৰু জলসেৱা খোলা থাকিব। ইমাৰজেন্সী সেৱা যেনে পানী বা চেনিটাইজেশ্যনৰ সৈতে জৰিত পৌৰসভাৰ সকলো কৰ্মীয়ে কাম কৰিব। এই সকলোবোৰ কাৰ্যালয় ন্যূনতম কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। আনসকলে ঘৰৰ পৰা কাম কৰিব। 

ৰাজ্য চৰকাৰৰ অফিচ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ অফিচ বন্ধ থাকিব। বন্ধ থাকিব পৌৰসভাৰ কাৰ্যালয়। অৱশ্যে আৰক্ষী, হোমগাৰ্ড, চিভিল ডিফেন্স, অগ্নি নিৰ্বাপক বাহিনী, দুৰ্যোগ প্ৰশমন বাহিনী, সংশোধনাগাৰ আদি খোলা থাকিব। খোলা থাকিব জিলা প্ৰশাসনৰ অফিচ তথা কোষাগাৰো। বিদ্যুৎ আৰু জলসেৱা খোলা থাকিব। ইমাৰজেন্সী সেৱা যেনে পানী বা চেনিটাইজেশ্যনৰ সৈতে জৰিত পৌৰসভাৰ সকলো কৰ্মীয়ে কাম কৰিব। এই সকলোবোৰ কাৰ্যালয় ন্যূনতম কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। আনসকলে ঘৰৰ পৰা কাম কৰিব। 

4/ 6
 হাস্পতাল তথা হাস্পতালৰ সৈতে জৰিত ইউনিট যেনে ডিচপেন্সাৰী, কেমিষ্ট তথা মেডিকেল ইকুইপমেণ্টৰ দোকান, লেব, ক্লিনিক, নাৰ্চিং হোম, এম্বুলেন্স সেৱাই কাম কৰিব। সমগ্ৰ মেডিকেল ষ্টাফৰ যাতায়তৰ কাৰণে বিশেষ পৰিৱহনৰ ব্যৱস্থা কৰিব লাগিব।  হাস্পতাল তথা হাস্পতালৰ সৈতে জৰিত ইউনিট যেনে ডিচপেন্সাৰী, কেমিষ্ট তথা মেডিকেল ইকুইপমেণ্টৰ দোকান, লেব, ক্লিনিক, নাৰ্চিং হোম, এম্বুলেন্স সেৱাই কাম কৰিব। সমগ্ৰ মেডিকেল ষ্টাফৰ যাতায়তৰ কাৰণে বিশেষ পৰিৱহনৰ ব্যৱস্থা কৰিব লাগিব।

হাস্পতাল তথা হাস্পতালৰ সৈতে জৰিত ইউনিট যেনে ডিচপেন্সাৰী, কেমিষ্ট তথা মেডিকেল ইকুইপমেণ্টৰ দোকান, লেব, ক্লিনিক, নাৰ্চিং হোম, এম্বুলেন্স সেৱাই কাম কৰিব। সমগ্ৰ মেডিকেল ষ্টাফৰ যাতায়তৰ কাৰণে বিশেষ পৰিৱহনৰ ব্যৱস্থা কৰিব লাগিব।

5/ 6
 কি কি সেৱা খোলা থাকিব এই লকডাউনত? ১.ৰেচনৰ দোকান, শাক–পাচলিৰ দোকান, গাখীৰ তথা ডায়েৰী সামগ্ৰীৰ দোকান। ২. বেংক ইন্সুৰেন্স সংস্থা তথা এটিএম। ৩. প্ৰিণ্ট তথা ইলেকট্ৰনিক মিডিয়া। ৪. টেলিকম, ইণ্টাৰনেট সেৱা, ব্ৰডকাষ্টিং তথা কেবল সেৱা। তথাপিও যিমান সম্ভৱ ৱৰ্ক ফ্ৰম হোম কৰাৰ পৰামৰ্শ দিয়া হৈছে। ৫.খাদ্য তথা ঔষধ ডেলিভাৰী দিয়াৰ ই–কমাৰ্চৰ মাধ্যম। ৬.পেট্ৰ’ল পাম্প, এলপিজি সেৱা চলি থাকিব।  কি কি সেৱা খোলা থাকিব এই লকডাউনত? ১.ৰেচনৰ দোকান, শাক–পাচলিৰ দোকান, গাখীৰ তথা ডায়েৰী সামগ্ৰীৰ দোকান। ২. বেংক ইন্সুৰেন্স সংস্থা তথা এটিএম। ৩. প্ৰিণ্ট তথা ইলেকট্ৰনিক মিডিয়া। ৪. টেলিকম, ইণ্টাৰনেট সেৱা, ব্ৰডকাষ্টিং তথা কেবল সেৱা। তথাপিও যিমান সম্ভৱ ৱৰ্ক ফ্ৰম হোম কৰাৰ পৰামৰ্শ দিয়া হৈছে। ৫.খাদ্য তথা ঔষধ ডেলিভাৰী দিয়াৰ ই–কমাৰ্চৰ মাধ্যম। ৬.পেট্ৰ’ল পাম্প, এলপিজি সেৱা চলি থাকিব।

কি কি সেৱা খোলা থাকিব এই লকডাউনত? ১.ৰেচনৰ দোকান, শাক–পাচলিৰ দোকান, গাখীৰ তথা ডায়েৰী সামগ্ৰীৰ দোকান। ২. বেংক ইন্সুৰেন্স সংস্থা তথা এটিএম। ৩. প্ৰিণ্ট তথা ইলেকট্ৰনিক মিডিয়া। ৪. টেলিকম, ইণ্টাৰনেট সেৱা, ব্ৰডকাষ্টিং তথা কেবল সেৱা। তথাপিও যিমান সম্ভৱ ৱৰ্ক ফ্ৰম হোম কৰাৰ পৰামৰ্শ দিয়া হৈছে। ৫.খাদ্য তথা ঔষধ ডেলিভাৰী দিয়াৰ ই–কমাৰ্চৰ মাধ্যম। ৬.পেট্ৰ’ল পাম্প, এলপিজি সেৱা চলি থাকিব।

6/ 6
 লগতে জনোৱা হৈছে যে জৰুৰীকালীন সেৱা বাদ দি বিমান, ৰে’ল বা সকলো ধৰণৰ পৰিবহন সেৱা বন্ধ থাকিব। হোটেল সেৱা বন্ধ থাকিব। য’ত মানুহ আৱদ্ধ হৈ আছে তাতহে সকলো খোলা থাকিব। সকলো শিক্ষামূলক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। কেৱল সিমানেই নহয় মন্দিৰ, তীৰ্থস্থান সকলো বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। কোনো ধৰণৰ উৎসৱ পালন কৰিব নোৱাৰিব এই সময়ত। এই সময়ত কোনো লোকৰ মৃত্যু হ’লে তাত ২০জনৰ অধিক লোক গোট খাব নোৱাৰিব। চৰকাৰে স্পষ্টভাৱে জনাই দিছে যে যদিহে কোনোবাই এই নিয়মবোৰ অমান্য কৰে তেনেহ’লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।  লগতে জনোৱা হৈছে যে জৰুৰীকালীন সেৱা বাদ দি বিমান, ৰে’ল বা সকলো ধৰণৰ পৰিবহন সেৱা বন্ধ থাকিব। হোটেল সেৱা বন্ধ থাকিব। য’ত মানুহ আৱদ্ধ হৈ আছে তাতহে সকলো খোলা থাকিব। সকলো শিক্ষামূলক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। কেৱল সিমানেই নহয় মন্দিৰ, তীৰ্থস্থান সকলো বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। কোনো ধৰণৰ উৎসৱ পালন কৰিব নোৱাৰিব এই সময়ত। এই সময়ত কোনো লোকৰ মৃত্যু হ’লে তাত ২০জনৰ অধিক লোক গোট খাব নোৱাৰিব। চৰকাৰে স্পষ্টভাৱে জনাই দিছে যে যদিহে কোনোবাই এই নিয়মবোৰ অমান্য কৰে তেনেহ’লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

লগতে জনোৱা হৈছে যে জৰুৰীকালীন সেৱা বাদ দি বিমান, ৰে’ল বা সকলো ধৰণৰ পৰিবহন সেৱা বন্ধ থাকিব। হোটেল সেৱা বন্ধ থাকিব। য’ত মানুহ আৱদ্ধ হৈ আছে তাতহে সকলো খোলা থাকিব। সকলো শিক্ষামূলক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। কেৱল সিমানেই নহয় মন্দিৰ, তীৰ্থস্থান সকলো বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। কোনো ধৰণৰ উৎসৱ পালন কৰিব নোৱাৰিব এই সময়ত। এই সময়ত কোনো লোকৰ মৃত্যু হ’লে তাত ২০জনৰ অধিক লোক গোট খাব নোৱাৰিব। চৰকাৰে স্পষ্টভাৱে জনাই দিছে যে যদিহে কোনোবাই এই নিয়মবোৰ অমান্য কৰে তেনেহ’লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ফটো

  • মালদ্বীপত ভাৰতীয় পৰ্যটকৰ ‘নো এন্ট্রী’, ট্ৰ’লৰ সন্মুখীন বলীউদৰ তাৰকা

    মালদ্বীপত ভাৰতীয় পৰ্যটকৰ ‘নো এন্ট্রী’, ট্ৰ’লৰ সন্মুখীন বলীউদৰ তাৰকা

  • এই ৰূপত ভাইৰেল অনন্যা পাণ্ডেৰ ভগ্নী আলানা পাণ্ডে, চাওক ফটো

    এই ৰূপত ভাইৰেল অনন্যা পাণ্ডেৰ ভগ্নী আলানা পাণ্ডে, চাওক ফটো

  • ভাইৰেল হৈ পৰিছে মোহময়ী অভিনেত্ৰী সোণাক্ষীৰ এই ফটো

    ভাইৰেল হৈ পৰিছে মোহময়ী অভিনেত্ৰী সোণাক্ষীৰ এই ফটো

শেহতীয়া বাতৰি

  • বাক্সা জিলাতো বন্ধ ঘোষণা কৰা হ’ল প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান
  • অসমত Night Curfewৰ মাজত কি কি খোলা থাকিব? কোনে যাত্ৰা কৰিব পাৰিব? কি কি সেৱা চলি থাকিব?
  • Breaking News: নিশা ৮বজাৰ পৰা পুৱা ৫বজালৈ অসমত নৈশ সান্ধ্য আইন ঘোষণা
  • ১৭ দিনৰ মূৰত অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল ৰঙিয়াৰ যুৱক

Live TV

News18 Assam/NorthEast
News18
News18 India
News18 Bangla
News18 Rajasthan
News18 Gujarati
News18 Bihar, Jharkhand
News18 Madhya Pradesh, Chhattisgarh
News18 Uttar Pradesh, Uttarakhand
News18 Punjab, Haryana, Himachal
News18 Kannada
News18 Kerala
News18 Odia
News18 Tamil
News18 Urdu
Lokmat

শাখা

  • অসম
  • খবৰ
  • দেশ
  • বিশ্ব
  • জীৱন শৈলী
  • ফটো
  • ভিডিঅ
  • লাইভ টিভি

শেহতীয়া বাতৰি

  • বাক্সা জিলাতো বন্ধ ঘোষণা কৰা হ’ল প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান
  • Night Curfewৰ মাজত কি কি খোলা থাকিব?
  • Breaking News: নিশা ৮বজাৰ পৰা পুৱা ৫বজালৈ অসমত নৈশ সান্ধ্য আইন ঘোষণা।
  • অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল ৰঙিয়াৰ যুৱক
  • ভেণ্টিলেটৰৰ অভাৱত মৃত্যু উত্তৰ প্ৰদেশৰ এগৰাকী চিকিৎসকৰ
  • আমাৰ বিষয়ে
  • আমাক যোগাযোগ কৰক
  • ব্যক্তিগত নীতি
  • কুকি পলিচী
  • চাইট মেপ

Network 18 Sites

  • News18 India
  • CricketNext
  • News18 States
  • Bangla News
  • Gujarati News
  • Urdu News
  • Marathi News
  • TopperLearning
  • Moneycontrol
  • Firstpost
  • CompareIndia
  • History India
  • MTV India
  • In.com
  • Burrp
  • Clear Study Doubts
  • CAprep18
  • Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
© Copyright Network18 Media and Investments Ltd 2016. All rights reserved. NETWORK 18 SITES