Home » photogallery » coronavirus-latest-news »Corona Vaccineৰ পৰা গৰ্ভপাতৰ আশংকা থাকিব পাৰে নেকি ? Covid-19ৰ সংক্ৰমণে গৰ্ভধাৰণত কি প্ৰভাৱ পেলায় ? বিশেষজ্ঞৰ মতামত কি ?

Corona Vaccineৰ পৰা গৰ্ভপাতৰ আশংকা থাকিব পাৰে নেকি ? Covid-19ৰ সংক্ৰমণে গৰ্ভধাৰণত কি প্ৰভাৱ পেলায় ? বিশেষজ্ঞৰ মতামত কি ?

Britain নিয়ামক সংস্থাই কয় যে কোভিড ভেকছিন (Corona Vaccine)ৰ বাবে গৰ্ভপাত বা মৃত সন্তানৰ জন্ম দিয়াৰ বিপদাশংকা বৃদ্ধি হোৱাৰ কোনো প্ৰমাণ পোৱা নাই। ভেকছিনে সন্তান জন্ম দিয়াৰ সামৰ্থ্য প্ৰভাৱিত কৰাৰ কোনো ইঙ্গিত নাই।

শেহতীয়া বাতৰি