உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » coronavirus-latest-news »Coronavirus Third Wave: নতুন নিয়ম! কোৰোণা পৰীক্ষা কৰোতে দেখুৱাব লাগিব Aadhaar Card

    Coronavirus Third Wave: নতুন নিয়ম! কোৰোণা পৰীক্ষা কৰোতে দেখুৱাব লাগিব Aadhaar Card

    Coronavirus Third Wave: এতিয়াৰ পৰা ঘৰতে কোৰোণা পৰীক্ষা কৰিব পাৰিব সাধাৰণ লোকে। ইণ্ডিয়ান কাউঞ্চিল অব মেডিকেল ৰিচাৰ্চে ঘৰতে বহি কোৰোণা পৰীক্ষাৰ কৰাৰ কিট কোভিছেল্ফক অনুমোদন জনাইছে।