Home » photogallery » business »মাইলেজ আৰু পাৰ্ফৰমেন্সৰ ক্ষেত্ৰত দেশৰ সৰ্বশ্ৰেষ্ঠ স্কুটাৰ Yamaha Aerox 155, ফটো চালেই বুজি পাব ইয়াৰ বিশেষত্ববোৰ

মাইলেজ আৰু পাৰ্ফৰমেন্সৰ ক্ষেত্ৰত দেশৰ সৰ্বশ্ৰেষ্ঠ স্কুটাৰ Yamaha Aerox 155, ফটো চালেই বুজি পাব ইয়াৰ বিশেষত্ববোৰ

য়ামাহা মটৰ ইণ্ডিয়া (Yamaha Motor India)ই যোৱা বছৰ দেশত নিজৰ 155cc Aerox স্পৰ্টছ মেক্সি-স্কুটাৰ মুকলি কৰিছিল। য়ামাহা এৰোক্স ১৫৫ (Yamaha Aerox 155 ) হৈছে দেশৰ আটাইতকৈ শক্তিশালী স্কুটাৰ। ই ১৫ এইচপি (15 hp) আউটপুট দিয়ে। ফটোবোৰত Aerox 155ৰ কিছুমান আকৰ্ষণীয় বৈশিষ্ট্যৰ বিষয়ে আমি আপোনাক জনাম।

শেহতীয়া বাতৰি