তামিলনাডুৰ নামাক্কালালত ১,১১০ খন কুকুৰা পাম আছে, য'ত প্ৰতিদিনে প্ৰায় ৫.৫ কোটিৰ পৰা ৬কোটি কণী উৎপাদন কৰা হয়।এই বৃহৎ পৰিমাণৰ কণীৰ ভিতৰত, ১.৫ কোটিৰ পৰা ২.৭৫ কোটি কণী কেৰালালৈ যায়, ৪৫ লাখ কণী মধ্যাহ্ন ভোজন আঁচনিলৈ যায়, ৪০ লাখ কণী বেংগালুৰুলৈ যায় আৰু বাকীবোৰ দেশৰ বিভিন্ন প্ৰান্তলৈ যায়।