Home » photogallery » business »Online Paymentত টকাখিনি দুৰ্ভাগ্যক্ৰমে ভুল একাউণ্টলৈ পঠিয়ালে কি কৰিব ? এনেদৰে ওভতাই পাব আপোনাৰ ধন, জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া...

Online Paymentত টকাখিনি দুৰ্ভাগ্যক্ৰমে ভুল একাউণ্টলৈ পঠিয়ালে কি কৰিব ? এনেদৰে ওভতাই পাব আপোনাৰ ধন, জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া...

সাম্প্ৰতিক সময়ত ডিজিটেল ৱালেট, NEFT/RTGS, UPI, Google pay, BHIM App আৰু অন্যান্য সেৱাৰ জৰিয়তে ধন লেনদেন (Digital transaction) সহজে কৰা হয়। যদি আপুনি দুৰ্ঘটনাক্ৰমে আন এজন ব্যক্তিৰ বেঙ্ক একাউণ্টলৈ ধন স্থানান্তৰ কৰিছে, প্ৰথমে ফোন বা ইমেইলযোগে আপোনাৰ বেঙ্কক জনাব।