Home » photogallery » business »১ অক্টোবৰৰ পৰা ৭টা গুৰুত্বপূৰ্ণ নিয়মৰ সালসলনি ! Salaryৰ পৰা Payment System লৈ সকলোতে সলনি হ'ব, আপোনাৰ ক'ত ক'ত লাভ হ'ব ?

১ অক্টোবৰৰ পৰা ৭টা গুৰুত্বপূৰ্ণ নিয়মৰ সালসলনি ! Salaryৰ পৰা Payment System লৈ সকলোতে সলনি হ'ব, আপোনাৰ ক'ত ক'ত লাভ হ'ব ?

Changes from 1 October 2021: ছেপ্টেম্বৰ মাহটো সম্পূৰ্ণ হ'বলৈ মাত্ৰ ১ দিন বাকী আছে আৰু তাৰ পিছত অক্টোবৰ মাহ আৰম্ভ হ'ব। অক্টোবৰৰ আৰম্ভণিৰ সৈতে, আপোনাৰ বেঙ্ক, শ্বেয়াৰ বজাৰ আৰু দৰমহা সম্পৰ্কীয় বহুতো নিয়ম সলনি হ'বলৈ সাজু হৈছে।