Mahindra XUV700 SUV- গ্ল’বেল NCAP ক্ৰেছ টেষ্টত ই ফাইভ ষ্টাৰ ৰেটিং লাভ কৰিছিল। এই SUV খনত ৭টা এয়াৰবেগ, ইলেক্ট্ৰনিক ষ্টেবিলিটি প্ৰগ্ৰেম, ৩৬০ ডিগ্ৰী কেমেৰা, ব্লাইণ্ড ভিউ মনিটৰিং আৰু এডভান্সড ড্ৰাইভাৰ এচিষ্টেন্স চিষ্টেমৰ দৰে সুৰক্ষা বৈশিষ্ট্য আছে। ইয়াৰ উপৰিও ফ্ৰন্ট কলিজন ৱাৰ্নিং, অটোমেটিক ইমাৰ্জেন্সি ব্ৰেকিং, লেন কিপ এছিষ্ট, লেন ডিপাৰচাৰ ৱাৰ্নিং, স্মাৰ্ট পাইলট এছিষ্ট আদিও আছে।