Home » photogallery » business »Gold Price Today: ৫২ হাজাৰৰ নিচেই ওচৰত ১০ গ্ৰাম সোণৰ দাম ! আজিৰ দিনটোত সোণ আৰু ৰূপৰ দাম কিমান চাই লওক ...

Gold Price Today: ৫২ হাজাৰৰ নিচেই ওচৰত ১০ গ্ৰাম সোণৰ দাম ! আজিৰ দিনটোত সোণ আৰু ৰূপৰ দাম কিমান চাই লওক ...

মাল্টি কমোডিটি এক্সচেঞ্জত (MCX) সোণৰ মূল্য (Gold Price Today) আজি পুনৰ বৃদ্ধি পাইছে। আজি, এপ্ৰিলত বিতৰণৰ বাবে সোণৰ মূল্য ০.৬ শতাংশ বৃদ্ধি পাইছে, আনহাতে ৰূপৰ মূল্য ০.৪১ শতাংশ হ্ৰাস হৈছে।

শেহতীয়া বাতৰি