Home » photogallery » business »Tata ৰ কাৰ আৰু SUV ত ত বৃহৎ Discount, চাওক ক'ত কি অফাৰ ?

Tata ৰ কাৰ আৰু SUV ত ত বৃহৎ Discount, চাওক ক'ত কি অফাৰ ?

টাটা মটৰ্ছে বছৰটোৰ শেষ মাহ ডিচেম্বৰত ইয়াৰ গাড়ীৰ ওপৰত ৬৫ হাজাৰ টকালৈকে ৰেহাই আগবঢ়াইছে। এই অফাৰবোৰ Nexon, Tiago আৰু Tigorৰ দৰে জনপ্ৰিয় মডেলত আছে। যদি আপুনি টাটা গাড়ী এখন কিনিবলৈও পৰিকল্পনা কৰি আছে, তেনেহ'লে এই মাহত গাড়ী এখন কিনিবলৈ সৰ্বশ্ৰেষ্ঠ হ'ব পাৰে।

শেহতীয়া বাতৰি