দেশৰ সকলোতকৈ ডাঙৰ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই (State Bank of India) গ্ৰাহকৰ কাৰণে আনিছে এক ডাঙৰ খবৰ। (The big news for the customers of the largest government bank of India is State Bank of India or SBI) ৷ যদি আপুনি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহক, তেন্তে নিশ্চয় এই সুবিধা লাভ কৰিব (SBI customers will have facility free of cost) ৷ প্রতীকী ছবি ৷
দুর্ঘটনাত মৃত ব্যক্তিৰ আইনী উত্তৰাধিকাৰ (Warish) বা নমিনী (Nominee)য়ে সেই টকা পাব ৷ ষ্টেট বেংকত থকা বেছিক ছেভিংছ একাউণ্ট যদি জনধন একাউণ্টলৈ ৰূপান্তৰ কৰিব পাৰে (Basic savings account can be merged with Jandhan Account) ৷ যিসকলৰ জনধন একাউণ্ট আছে, বেংকৰ দ্বাৰা দিয়া ৰুপে কাৰ্ড (RuPay PMJDY) যদি থাকে তেন্তে এই বীমাধন পাব পাৰে। প্রতীকী ছবি ৷