Home » photogallery » business »১ ডিচেম্বৰৰ সলনি হৈ পৰিব কিছুমান নিয়ম ! হ্ৰাস পাব পাৰে LPG Cylinderৰ দাম, Banking-Pension ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন ?

১ ডিচেম্বৰৰ সলনি হৈ পৰিব কিছুমান নিয়ম ! হ্ৰাস পাব পাৰে LPG Cylinderৰ দাম, Banking-Pension ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন ?

নৱেম্বৰ শেষ হ'বলৈ ওলাইছে আৰু সাধাৰণ মানুহৰ জীৱনৰ সৈতে সম্পৰ্কিত কিছুমান নিয়ম সলনি হ'বলৈ ওলাইছে। নতুন মাহত এলপিজি চিলিণ্ডাৰৰ (LPG Cylinder) মূল্য সলনি হ'ব পাৰে। লগতে বেংকিং (Banking) আৰু পেঞ্চন (pension) সম্পৰ্কীয় কিছুমান নিয়মো সলনি হ'বলৈ গৈ আছে।