Home » photogallery » business »Richest Women in India : হাজাৰ হাজাৰ কোটি সম্পত্তিৰ মালিক দেশৰ ১০ গৰাকী ধনী মহিলা

Richest Women in India : হাজাৰ হাজাৰ কোটি সম্পত্তিৰ মালিক দেশৰ ১০ গৰাকী ধনী মহিলা

হুৰুণ ইণ্ডিয়া আৰু কোটক প্ৰাইভেট বেংকিঙে মিলি দেশৰ আটাইতকৈ ধনী মহিলাৰ তালিকা প্ৰকাশ কৰিছে। এই অনুযায়ী যোৱা এটা বছৰত নাইকাৰ ফালগুনি নায়াৰৰ সম্পদ প্ৰায় ১০০০ শতাংশ বৃদ্ধি পাইছে। এই তালিকাত তেওঁ দ্বিতীয় স্থানত আছে। ২০২১ চনৰ ৩১ ডিচেম্বৰলৈকে এই মহিলাসকলৰ হাতত থকা সম্পত্তিৰ ভিত্তিত এই তালিকা প্ৰস্তুত কৰা হৈছে।