Home » photogallery » business »90Hz ডিছপ্লে, 64 মেগাপিক্সেল কেমেৰাৰ সৈতে Pocoৰ নতুন ফোন মুকলি, কিনিলে পাব ১০০০ টকালৈকে ৰেহাই।

90Hz ডিছপ্লে, 64 মেগাপিক্সেল কেমেৰাৰ সৈতে Pocoৰ নতুন ফোন মুকলি, কিনিলে পাব ১০০০ টকালৈকে ৰেহাই।

Flipkartত অলপতে মুকলি হোৱা Poco M4 Pro মোবাইলত সুন্দৰ ৰেহাই দি থকা হৈছে। এই ফোনটো কিনিলে HDFC কাৰ্ডত 1,000 টকা ৰেহাই পাব। ফোনটোৰ প্ৰাম্ভিক দাম হৈছে 13,999 টকা।

শেহতীয়া বাতৰি