Home » photogallery » business »প্ৰতিমাহে ১ টকা প্ৰিমিয়াম আৰু ২ লাখ টকাৰ বীমা ! জানি লওক কি এই আঁচনি আৰু কেনেকৈ পাব ইয়াৰ লাভ ?

প্ৰতিমাহে ১ টকা প্ৰিমিয়াম আৰু ২ লাখ টকাৰ বীমা ! জানি লওক কি এই আঁচনি আৰু কেনেকৈ পাব ইয়াৰ লাভ ?

প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (Pradhan Mantri Suraksha Bima Yojana-PMSBY) আঁচনিয়ে যথেষ্ট কম প্ৰিমিয়ামত জীৱন বীমা প্ৰদান কৰে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পিএমএছবিৱাই আঁচনি আছে যাৰ অধীনত একাউণ্ট ধাৰকে মাত্ৰ ১২ টকাত ২ লাখ টকাৰ বীমা আৱৰণ লাভ কৰে।