বহুলোকে ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ, পানী আৰু বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ, ৰন্ধন গেছ চিলিণ্ডাৰ বুক কৰিবলৈ (LPG booking through PhonePe) , ডিটিএইচ (DTH Recharge) ৰিচাৰ্জ কৰিবলৈ বা অনলাইন অৰ্ডাৰ (Online Order) অৰ্ডাৰ কৰিবলৈ ফোন পে ৱালেট (PhonePe Wallet) ব্যৱহাৰ কৰে।