দাম সলনি কৰা হৈছে-
গুৰুগ্ৰাম পেট্ৰ'ল ৯৫.৮১ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৭.০২ টকা
নয়ডা পেট্ৰ'ল ৯৫.৫১ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৭.০১ টকা
জয়পুৰ পেট্ৰ'ল ১০৬.৬৪ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯০.৩২ টকা
পাটনা পেট্ৰ'ল প্ৰতি লিটাৰত ১০৫.৯০ টকা আৰু ডিজেল ৯১.০৯ টকা
ভূৱনেশ্বৰ পেট্ৰ'ল ১০১.৭০ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯১.৫২ টকা
আজিৰ শেহতীয়া হাৰ আপুনি কেনেদৰে জানিব -
এছএমএছৰ জৰিয়তে পেট্ৰ'ল আৰু ডিজেলৰ দৈনিক মূল্য সহজে জানিব পাৰি৷ ইণ্ডিয়ান অইলৰ গ্ৰাহকসকলে 9224992249 নম্বৰত RSP লিখি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য জানিব পাৰিব, বিপিচিএল ৰ গ্ৰাহকসকলে RSP লিখি 9223112222 নম্বৰলৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য জানিব পাৰিব৷ এইচপিচিএল গ্ৰাহকসকলে HPPrice লিখি 9222201122 নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰি মূল্য জানিব পাৰিব৷