১৯৮৪ চনৰ পুৰণি ২ টকীয়া মুদ্ৰাৰো চাহিদা আছে বজাৰত, ১৮৮৫ চনৰ ব্ৰিটিছ শাসকে প্ৰিণ্ট কৰা ১ টকাৰ পুৰণি মুদ্ৰাৰ বিশাল চাহিদা আছে। যিসমূহ নোট আৰু মুদ্ৰাত বিশেষ ছিৰিয়েল নম্বৰ, বিশেষ কম্বিনেচন আৰু বিশেষ ফটো আছে, সেইসমূহ নোট আৰু মুদ্ৰাৰ চাহিদা যথেষ্ট বজাৰত। ইয়াৰ উপৰি লিমিটেড এডিচনৰ নোট আৰু মুদ্ৰাৰো খুব চাহিদা আছে।