নতুন লুকৰ উপৰি শেহতীয়া স্ক'ৰপিঅ'খনত সম্পূৰ্ণ এলইডি লাইটিং, ডুৱেল-জ'ন ক্লাইমেণ্ট কনট্ৰ'ল, ড্ৰাইভ মোড, অটো ইঞ্জিন আইডল-ষ্টাৰ্ট-ষ্টপ, ৮ ইঞ্চিৰ টাচস্ক্ৰীণ ইনফোটেইনমেণ্ট সংযোজিত গাড়ীৰ দৰে নতুন সুবিধাৰ এক দীঘলীয়া তালিকা লাভ কৰিব পাৰে। (ফটো ক্ৰেডিট: Youtube/UCL)